Prof rashmi diwan প্ৰঃ ৰশ্মি দিৱান হৈছে নেচনেল ইন্‌ষ্টিটিউট অফ এডুকেছনেল প্লেনিং এণ্ড এডমিনিচট্ৰেচন, নিউ দিল্লীত  [National Institute of Educational Planning and Administration, New Delhi] থকা নেচনেল চেণ্টাৰ ফৰ স্কুল লিডাৰশ্বিপ্‌ [National Centre for School Leadership] প্ৰফেছৰ আৰু মুৰব্বী ৷ যোৱা ৩০ বছৰৰ পৰা তেওঁৰ গৱেষণাৰ কামসমূহ কেন্দ্ৰীভূত হৈ আছে মূলতঃ বিদ্যালয় শিক্ষা, বিদ্যালয় পৰিচালনা আৰু বিদ্যালয় নেতৃত্বৰ সংকটজনক সমস্যাসমূহক লৈ ৷ তেখেতে তেখেতৰ পৰীক্ষামূলক গৱেষণাৰ সুদৃঢ় ভেটিৰ সহায়ত বৰ্তমান আৰু সম্ভাৱনীয় শৈক্ষিক প্ৰশাসন আৰু বিদ্যালয়ৰ নেতাসমূহৰ ক্ষমতাৰ প্ৰস্তুতকৰণৰ দিশত বহু পৰিমাণে অৰিহণা যোগাইছে৷ কৃতিত্ব হিচাপে তেখেতৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলসমূহত প্ৰকাশ পোৱা কামসমূহ কিছুমান নিৰ্দিষ্ট বিষয়ত আছে, যেনে বিদ্যালয় পৰিচালনা আৰু নেতৃত্ব, যিয়ে এক বহল পৰিসৰত আগুৰি আছে আন কিছুমান বিষয়, যেনে গতিশীল বিদ্যালয়ৰ নেতৃত্ব, বিদ্যালয়ভিত্তিক অগ্ৰগতিৰ বাবে ৰণনীতিমূলক নেতৃত্ব, বিদ্যালয় অগ্ৰগতিৰ বাবে নেতৃত্বৰ উন্নয়ন, বিদ্যালয়ভিত্তিক পৰিৱৰ্তন আৰু অগ্ৰগতিৰ বাবে অনুঘটক হিচাপে অধ্যক্ষসকল, বিদ্যালয়ৰ অধ্যক্ষসকলৰ মাজত নেতৃত্বৰ ব্যৱহাৰ আৰু গুৰুত্বৰ নিৰ্মাণ, . টি. ই অধ্যাদেশ [RTE Act ], ২০০৯ ৰ জাগৰণত বিদ্যালয়ৰ নেতৃত্ব পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানসমূহৰ সন্মিলনী, নেতৃত্বৰ অৱস্থানত মহিলাসকলৰ বাবে নীতি নিৰ্দেশনা, সৰু সৰু বহুমাত্ৰাৰ বিদ্যালয়সমূহৰ পৰিচালনা আৰু নেতৃত্ব, বিদ্যালয়ভিত্তিক পৰিচালনা আৰু তত্ত্বাৱধান, প্ৰাথমিক শিক্ষাত সমাজৰ অংশগ্ৰহণ আৰু সৱলীকৰণ আৰু শিকন সংস্থা হিচাপে বিদ্যালয়সমূহৰ বিজ্ঞাপনত পুনঃউদ্যম ৷ ... Read More
Prof Sunita Chugh

° সুনিতা ছাগৰ এম. এ আৰু এম. ফিল হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আৰু তেখেতৰ পি. এইচ. ডি হৈছে  শিক্ষা বিষয়ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা ৷ বৰ্তমান তেখেতে এন. চি. এছ. এল, নিপা [NCSL- NIEPA]ত সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছে ৷ তেখেতৰ আগ্ৰহৰ বিষয়সমূহৰ ভিতৰত আছে - চহৰ অঞ্চলৰ শিক্ষাত পিছ পৰি থকা শিশুসকল, সৰ্বাত্মক শিক্ষা, . টি. ই অধ্যাদেশ [RTE Act], ২০০৯ আৰু ইয়াৰ কাৰ্যকৰণ আৰু বিদ্যালয় নেতৃত্ব ৷ তেখেতে খ্যাতিসম্পন্ন জাৰ্নেলত লিখিছে আৰু শৈক্ষিক মৰ্যাদা, বস্তি অঞ্চলত বসবাস কৰা শিশুসকলৰ বিষয় আৰু সমস্যাসমূহ ইত্যাদিৰ লৈয়ো কিতাপ লিখিছে ৷ তেখেতে অভিগমনৰ সমস্যা, চহৰৰ একাষৰীয়া শিশুবোৰৰ শিকনৰ কৃতকাৰ্যতা আদিৰ ক্ষেত্ৰতো গৱেষণাৰ প্ৰকল্প হাতত লৈছিল আৰু জেৰুচেলামত সৰ্বাত্মক শিক্ষা আৰু নটিনঘামত বিদ্যালয় নেতৃত্বৰ সন্দৰ্ভত হোৱা অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছিল ৷ তেখেতে দিল্লী, পঞ্জাৱ, মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ আৰু মিজোৰামত হোৱা বিদ্যালয় নেতৃত্ব উন্নয়নৰ অনুষ্ঠানসমূহত সক্ৰিয়ভাৱে নেতৃত্ব দিছিল... Read More

Email ID: sunitachugh[at]niepa[dot]ac[dot]in
Dr Kashyapi Awasthi

° কাশ্যপী আৱস্থী হৈছে এন. চি. এছ. এল, নিপা [NCSL- NIEPA]ৰ সহকাৰী অধ্যাপক ৷ তেখেতৰ বৰ্তমান লক্ষ্য হৈছে বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ ওপৰত, ত তেখেতে দলটোৰ সৈতে মিলি সক্ৰিয়ভাৱে পাঠ্যক্ৰম আৰু হাতপুথিৰ উন্নয়নৰ কামত নিযুক্ত হৈ আছে৷ তেখেত শিক্ষণ, গৱেষণা আৰু এম.ফিলৰ ছাত্ৰ-ছাত্ৰী আৰু অনুশীলকসকলক পদ প্ৰদৰ্শনত জড়িত হৈ আছে ৷ ইয়াৰ আগতে, তেখেতে এম. এচ. ইউনিভাৰ্চিতি অফ্‌ বৰোদা, গুজৰাটৰ শিক্ষা বিভাগৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল ৷ তেখেতে প্ৰাথমিক শিক্ষাত শিক্ষকসকলৰ ক্ষমতাৰ প্ৰস্তুতকৰণৰ দিশতো অৰিহণা আগবঢ়াইছে ৷ বৰ্তমান তেখেতৰ চলি থকা কামৰ অংশ হিচাপে ব্যস্ত আছে বিদ্যালয়ৰ মুৰব্বীসকলৰ আৰু গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, ৰাজস্থান, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপৰ ৰিচোৰ্চ দলসমূহ প্ৰস্তুতকৰণত ৷  ... Read More

Email ID: kawasthi[at]niepa[dot]ac[dot]in
Dr GV menon

° সুবিতা জি. ভি. মেননৰ ডক্টৰেট ডিগ্ৰী হৈছে ৰিজিয়নেল ইনষ্টিটিউট অফ্‌ এডুকেচন, মহিশূৰ [Regional Institute of Education, Mysore]ৰ পৰা ৷ তেখেতে শৈক্ষিক মনোবিজ্ঞানত নিৰ্দেশনামূলক প্ৰস্তুত আৰু মডিউল প্ৰস্তুতকৰণৰ দিশত লেখত লবলগীয়া কাম কৰিছে ৷ তেখেতে ই-শিকনৰ ক্ষেত্ৰখনত নিৰ্দেশনামূলক পৰিকল্পক হিচাপে কাম কৰি কম্পিউটাৰ ভিত্তিক প্ৰশিক্ষণৰ মডিউলসমূহৰ প্ৰস্তুত কৰে ৷ তেখেতে আই. আই. এম, মাদ্ৰাজ [IIM, Madras] ৰ প্ৰকল্পটো কাম কৰিছিল, ত তামিলনাডুৰ চৰকাৰী বিদ্যালয়সমূহত এচ. এচ. এ [SSA]ৰ কাৰ্যকৰণৰ নিৰীক্ষণ আৰু এ. এল. এম [ALM]ৰ মূল্যায়নো অন্তভুৰ্ক্ত হৈ আছে ৷ বৰ্তমান তেখেতে এন. চি. এছ. এল-নিপা [NCSL- NIEPA]ৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছে, এই সময়ত তেখেতে অসম, কৰ্ণাটক, টেলেংগনা, উৰিষ্যা আৰু পণ্ডীচেৰীত হোৱা এন. চি. এছ. এল [NCSL]ৰ বিদ্যালয় নেতৃত্বৰ অনুষ্ঠানসমূহৰ নিৰ্দশনা দি আছে ৷... Read More

Email ID: subithagvmenon[at]gmail[dot]com
Dr N Mythili

° এন মৈথিলী য়ে বৰ্তমান অৱস্থাত এন. চি. এছ. এল নিপা [NCSL- NIEPA]ত সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছে৷ তেখেতৰ কৰ্মৰ প্ৰতি থকা আগ্ৰহৰ ক্ষেত্ৰখন হৈছে বিদ্যালয় নেতৃত্ব আৰু পৰিচালনাত শিক্ষণৰ অনুষ্ঠানসমূহৰ ৰূপাংকন আৰু পৰিকল্পনা কৰা, ভাৰতবৰ্ষৰ কিছুসংখ্যক ৰাজ্যত বিদ্যালয় নেতৃত্ব আৰু পৰিচালনাৰ ওপৰত ক্ষমতাৰ প্ৰস্তুতকৰণৰ অনুষ্ঠানসমূহৰ কাৰ্যকৰণ আৰু বিদ্যালয় নেতৃত্বত মহিলাসকলৰ ওপৰত গৱেষণা ইত্যাদি ৷ তেখেতে কৰ্ণাটকত থকা গাঁও অঞ্চলৰ চৰকাৰী বিদ্যালয় সমূহৰ বিশেষ প্ৰসংগৰ লগত সংগতি ৰাখি স্কুলীয়া শিক্ষাৰ মানৰ ক্ষেত্ৰতো ওপৰতো কাম কৰিছে ৷ তেখেতে ১২ নং পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভিতৰত থকা শিক্ষকৰ শিক্ষাৰ পুনৰ গঠনৰ প্ৰসংগটোৰ লগত সংগতি ৰাখি বিদ্যালয়ত শিক্ষাৰ ব্যৱস্থাত শৈক্ষিক অবয়ৱৰ ক্ষেত্ৰখনতো গৱেষণা কৰিছে ৷ তেখেত আগতে ইনষ্টিটিউট ফৰ ছচিয়েল এণ্ড ইকোনোমিক চেঞ্জ, বাংগালোৰ [Institute for Social and Economic Change, Bangalore], চেণ্টাৰ ফমাল্টিডিচিপ্লিনাৰি ডেভেলপমেণ্ট ৰিচাৰ্চ, ধানৱাড [Centre for Multidisciplinary Development Research, Dhanwad], আজিম প্ৰেমজী ফাউণ্ডেচন, বাংগালোৰ [Azim Premji Foundation, Bangalore, টি.আই.এচ.এচ, মুম্বাই [TISS, Mumbai] আদিৰ লগত জড়িত আছিল ৷ তেখেতৰ প্ৰাসংগিক জাৰ্নেলত বহুত গৱেষণামূলক প্ৰকাশন আছে ৷ তেখেতে অন্ধ্ৰ প্ৰদেশ, কেৰেলা, মেঘালয়, মণিপুৰ, আৰু চিক্কিমত হোৱা বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ অনুষ্ঠানসমূহৰ নেতৃত্ব বহন কৰি আছে ৷ ... Read More

Email ID: sastry.mythili18[at]gmail[dot]com
Dr Charu Smita Malik

° ছাৰু স্মিতা মালিকে বৰ্তমান এন. চি. এছ. এল নিপা [NCSL- NIEPA]ত এগৰাকী জ্যেষ্ঠ উপদেষ্টা হিচাপে কাম কৰি আছে ৷ তেখেতে নেচনেল ইনষ্টিটিউট অফ এডুকেছনেল প্লেনিং এণ্ড এডমিনিচট্ৰেচন, নিউ দিল্লী  [National Institute of Educational Planning and Administration, New Delhi]ৰ পৰা শৈক্ষিক নীতি, পৰিকল্পনা আৰু প্ৰশাসনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে৷ তেখেতৰ গৱেষণাসমূহ উত্তৰ প্ৰদেশৰ উচ্চস্তৰত হোৱা মূল্যায়ন আৰু অংশগ্ৰহণৰ সমানতাৰ সমস্যাসমূহৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷ তেখেতে তেখেতৰ স্নাতকোত্তৰ ডিগ্ৰী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা সমাজবিদ্যাত লাভ কৰিছিল ৷ তেখেতে তেখেতৰ দলটোৰ সৈতে লগ লাগি চেণ্টাৰটোৰ লগত মিলি বিদ্যালয় নেতৃত্বৰ অনুষ্ঠানসমূহৰ ৰূপাংকন আৰু প্ৰস্তুতকৰণত কাম কৰি আছে আৰু লগতে বিদ্যালয় নেতৃত্ব আৰু পৰিচালনাত চাৰ্টিফিকেট অনুষ্ঠান আৰু স্মাতকোত্তৰ ডিপ্লোমা অনুষ্ঠানসমূহৰ শিকনত জড়িত হৈ আছে ৷ তেখেত উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু খুব কম দিনৰ ভিতৰত জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ডতো বিদ্যালয় নেতৃত্বৰ অনুষ্ঠানৰ কাৰ্যকৰণত জড়িত হৈ পৰিছে৷ তেখেতৰ আগ্ৰহৰ ক্ষেত্ৰখনত আছে শৈক্ষিক পৰিকল্পনা আৰু বিদ্যালয় নেতৃত্ব ৷. ...Read More

Email ID: charunuepa[at]gmail[dot]com .
Dr. Pooja

Dr. Puja Singhal is working as a Senior Consultant at National Centre for School Leadership. She is Gold medalist in Economics and has a Doctorate from the Jai Narain Vyas University, Jodhpur, Rajasthan. Before joining NCSL, she was associated with V.V. Giri National Labor Institute under Ministry of Labor and Employment where she contributed to policy-based projects. Prior to that, she worked with Amity University, Noida as an Assistant Professor. She has more than 18 years of professional experience in research, training and teaching in Economics, specifically in the area of gender and labor issues. Her areas of special interest are labour economics, e-Learning, Innovation in education, skill development and school leadership. Some of the major research studies undertaken by her include: ... Read More

Email ID: puja.echo[at]gmail[dot]com.
NCSL Staff
Mr Suraj kUmar
Mr Sanjeev ShrivastavMr Aryan Verma

 Mr. Suraj Kumar
Software Developer

 Mr. Sanjeev Shrivastava
IT Consultant

  Mr. H.P. Verma
Graphic Designer

Dr Tanushree MahalikMrs. Monika BajajRonish

 Dr. Tanushree Mahalik
Consultant 

 Ms. Monika Bajaj
Jr. Consultant

 Ms. Ronish
Jr. Consultant

Gurmeet Kaur
Alka NegiRampukar Singh
Ms. Gurmeet Kaur 
Jr.  Admin Consultant
Ms. Alka Negi
Computer Operator
Mr. Rampukar Singh
MTS